মই এগৰাকী ছাত্রী – অভিলাষা গগৈ

PC - Freepik

মই এগৰাকী ছাত্রী…

অভিলাষা গগৈ, পঞ্চম শ্ৰেণী
ৰবিগাঁও মধ্য ইংৰাজী বিদ্যালয়, টীয়ক, যোৰহাট

মই এগৰাকী ছাত্রী
পঢ়া-শুনা মোৰ কাম
শিক্ষকৰ আৰ্শীবাদলৈ
মই আগুৱাই যাম।
পঢ়া-শুনা কৰি যদি
মই হ’ব পাৰোঁ ভাল মানুহ
দেশৰ কাৰণে ত্যাগ দিম
নিজৰ জীৱনটো।