ভাৰতত ৩,৭১২ জন লোক নতুনকৈ কৰ’নাত আক্ৰান্ত
ৰঙিলী বাৰ্ত্তাসেৱা- স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জনোৱা অনুসৰি ভাৰতত যোৱা ২৪ ঘণ্টাত ৩,৭১২ জনলোক কৰ’নাত নতুনকৈ আক্ৰান্ত হৈছে। আৰু যোৱা ২৪ ঘণ্টাত কৰ’নাত আক্ৰান্ত হৈ ৫ জন লোকৰ মৃত্যু হৈছে । যোৱা ২৪ ঘণ্টাত কৰ’না সংক্ৰমণৰ পৰা সুস্থ হৈ উঠা লোকৰ সংখা হৈছে ২,৫৮৪ জন। আনহাতে কৰ’নাত আক্ৰান্ত হৈ ভাৰতত মৃত্যু হোৱা মুঠ লোকৰ সংখ্যা ৫,২৪,৬৪১ জনলৈ বৃদ্ধি হৈছে।ভাৰতত বৰ্তমান ১৯,৫০৯ টা সক্ৰিয় ঘটনা আছে।য