ভাৰতত ১৫,৫২৮ জন লোক নতুনকৈ কৰ’নাত আক্ৰান্ত 

pc daily excelsior

ভাৰতত ১৫,৫২৮ জন লোক নতুনকৈ কৰ’নাত আক্ৰান্ত 

ৰঙিলী বাৰ্ত্তাসেৱা-  স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জনোৱা অনুসৰি ভাৰতত যোৱা ২৪ ঘণ্টাত ১৫,৫২৮ জন লোক কৰ’নাত আক্ৰান্ত হৈছে। আৰু ২৫ জনলোকৰ যোৱা ২৪ ঘণ্টাত কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হৈছে। যাৰ ফলত কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৫,২৫,৭৮৫ জনলৈ বৃদ্ধি পায়।আনহাতে ভাৰতত বৰ্তমান ১,৪৩,৬৫৪টা সক্ৰিয় ঘটনা আছে।