ভাৰতত ১,০৯৬ জন লোক কৰ’নাত আক্ৰান্ত

pc- CDC

ভাৰতত ১,০৯৬ জন লোক কৰ’নাত আক্ৰান্ত

ৰঙিলী বাৰ্ত্তাসেৱা-  স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জনোৱা অনুসৰি ভাৰতত যোৱা ২৪ ঘণ্টাত নতুনকৈ ১,০৯৬ জন লোক কৰ’নাত আক্ৰান্ত হৈছে। আৰু যোৱা ২৪ ঘণ্টাত ৮১ জনলোকৰ কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হৈছে। দেশখনত নতুনকৈ মৃত্যু হোৱা লোকসকলৰ ভিতৰত কেৰালাৰ ৬৫জন লোক।