বৰষুণ
মধুস্মিতা শৰ্মা
সোণাপুৰ
বৰষুণচাটিয়ে বাটৰুৱাজনক এটি সুৱৰ্ণ সুযোগ দিলে। মোৰ শুকান নৈখনতো আবতৰীয়া ঢৌ এটাই উকমুকাই উঠিল ।মই কলঙ্ক এটিক বুকুত আশ্ৰয় দি সম্পূৰ্ণ হ’লো একো নভৱাকৈয়ে ।