বেংগালুৰু হৈছে ভাৰতৰ যুৱসকলৰ পৰিচয়: প্ৰধানমন্ত্ৰী
ৰঙিলী বাৰ্ত্তাসেৱা- প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বেংগালুৰুত খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় ক্ৰীড়া ৰ উদ্বোধনী অনুষ্ঠানত কয় যে চহৰখন ভাৰতৰ যুৱসকলৰ পৰিচয়। তেওঁ লগতে কয়, “বেংগালুৰুত অনুষ্ঠিত হোৱা খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় ক্ৰীড়াৰ সংগঠনে এই ধুনীয়া চহৰখনৰ শক্তি বৃদ্ধি কৰিব।” প্ৰধানমন্ত্ৰী মোদীয়ে কৈছিল যে ক্ৰীড়াত সফল হ’বলৈ প্ৰথম মন্ত্ৰ হৈছে দলীয় মনোভাৱ।