বিশিষ্ট কবি মীৰা ঠাকুৰৰ বিয়োগত অসম প্ৰকাশন পৰিষদৰ শোক

বিশিষ্ট কবি মীৰা ঠাকুৰৰ বিয়োগত অসম প্ৰকাশন পৰিষদৰ শোক

ৰঙিলী বাৰ্ত্তাসেৱা-  বিশিষ্ট কবি,গুৱাহাটীৰ খানাপাৰা নিবাসী মীৰা ঠাকুৰৰ বিয়োগত অসম প্ৰকাশন পৰিষদে গভীৰ শোক প্ৰকাশ কৰিছে ৷ এক শোক বাৰ্তাত অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই মীৰা ঠাকুৰৰ মৃত্যু অসমৰ সাহিত্য জগতৰ বাবে এক ক্ষতি বুলি অভিহিত কৰে ৷ বাৰ্তাটোত সচিব কলিতাই মীৰা ঠাকুৰৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰে ।