বসন্ত
ৰীতা কোঁৱৰ, লাহোৱাল, ডিব্ৰুগড়
সি হাতৰ টিপতে কাগজ এখন দিলে। ভয়ে ভয়ে বহুতপৰ হাতত লৈ থকাৰ পাছত খুলি চাই দেখোঁ – খালী কাগজ !
আকৌ লগ পাওঁতে সুধিলোঁ, “নিলিখা কাগজ এখন দিলি যে?”
সি অৰ্থপূৰ্ণভাবে হাঁহি ক’লে, “লিখি লবি !”