বংশৰত পাঁচ নৱেম্বৰত ভূপেন্দ্র সঙ্গীত প্ৰতিযোগিতা
ৰঙিলী বাৰ্ত্তাসেৱা- কামৰূপ জিলাৰ বংশৰত “সুধাকন্ঠ স্মৃতি ৰক্ষা সমিতি”, বংশৰৰ উদ্যোগত ত্ৰয়োদশ বাৰ্ষিক শ্রদ্ধাঞ্জলি অনুষ্ঠান উপলক্ষে ভূপেন্দ্র সঙ্গীত প্ৰতিযোগিতাৰ লগতে সুধাকন্ঠৰ এসন্ধ্যাৰ আয়োজন কৰা হৈছে। প্ৰথম পুৰস্কাৰ ১০,০০১ টকা, দ্বিতীয় পুৰস্কাৰ ৭,০০১ টকা, তৃতীয় পুৰস্কাৰ ৩,০০১টকা। প্ৰতিযোগিতাৰ বয়স-১২ (বাৰ) বছৰৰ উৰ্দ্ধত। ভৰ্ত্তি মাচুল ২০১ টকা ধাৰ্য্য কৰা হৈছে।প্ৰতিযোগিতাৰ সময়- পুৱা ১০ (দহ) বজাৰ পৰা আৰম্ভ হব। এই বিষয়ত বিশদভাৱে জানিবলৈ ৯৭০৭২৮৪৮৪১,৮৪৮৬৮৭২৮৬০,৯১০১১৯৫৭০১ যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হল।