প্ৰধানমন্ত্ৰী মোদীয়ে অটল বিহাৰী বাজপেয়ীৰ মৃত্যু বাৰ্ষিকীত পুষ্পাঞ্জলি জ্ঞাপন কৰে

Pc India Ahead

প্ৰধানমন্ত্ৰী মোদীয়ে অটল বিহাৰী বাজপেয়ীৰ মৃত্যু বাৰ্ষিকীত পুষ্পাঞ্জলি জ্ঞাপন কৰে

ৰঙিলী বাৰ্ত্তাসেৱা-  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীৰ সদাইভ অটল (বাজপেয়ীৰ স্মাৰক)ত প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ মৃত্যু বাৰ্ষিকীত পুষ্পাঞ্জলি জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰী মোদীৰ সৈতে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহকে ধৰি অন্যান্য বিজেপি নেতাও উপস্থিত আছিল। ছয় বছৰ (১৯৯৮-২০০৪) ভাৰতৰ প্ৰধানমন্ত্ৰী হৈ থকা বাজপেয়ীৰ ২০১৮ চনত ৯৩ বছৰ বয়সত মৃত্যু হয়।