প্ৰত্যুত্তৰ – আয়ুস্মান গগৈ

প্ৰত্যুত্তৰ

আয়ুস্মান গগৈ, কটন বিশ্ববিদ্যালয়

মই নকৰা ভুলৰো ক্ষমা বিচাৰিছিলো।
তুমিতো সদায় অভিমানহে কৰা।
হ’ব বাৰু…
ময়েই প্ৰতাৰক, ময়েই প্ৰৱঞ্চক–
তুমি, তোমাৰ সততাৰ প্ৰমাণ দিয়া।