প্ৰত্যয়  – হেৰম্ব নাথ 

প্ৰত্যয় 

হেৰম্ব নাথ 

মাথোঁ শব্দবোৰ
শুনিয়েই
সুখী বুলি কিয় ক’ম
তোমাৰ
দুচকুৱে মিছা নকয় কদাপি।