পহিলা দিনটোতে জিপি সিঙৰ সাক্ষাৎ মুখ্যমন্ত্ৰীক

পহিলা দিনটোতে জিপি সিঙৰ সাক্ষাৎ মুখ্যমন্ত্ৰীক

ৰঙিলী বাৰ্ত্তাসেৱা- ইংৰাজী নৱবৰ্ষৰ পহিলা দিনটোতে অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান জ্ঞানেন্দ্ৰ প্ৰতাপ সিঙ(G P Singh)ৰ সহিতে অসম আৰক্ষীৰ এটা সঁজাতি দলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি মুখ্যমন্ত্ৰীক নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা ও শুভকামনা জ্ঞাপন কৰে৷উক্ত সাক্ষাৎকালত মুখ্যমন্ত্ৰীৰ সৈতে এই নতুন বৰ্ষটিত অসমবাসীৰ জনসেৱাত অসম আৰক্ষীৰ ভূমিকাৰ ওপৰত আলোকপাত কৰে৷