পদক্ষেপ ৰ দ্বাৰা আয়োজিত ডেংগু সজাগতা সভা

পদক্ষেপ ৰ দ্বাৰা আয়োজিত ডেংগু সজাগতা সভা

ৰঙিলী বাৰ্ত্তাসেৱা-  নিউ গুৱাহাটী , ৱাৰ্ড নম্বৰ ৫৩ স্থিত বামুণীমৈদাম স্বামী বিবেকানন্দ পুথিভঁৰালত ডেংগু সজাগতা সভা অনুষ্ঠিত হৈ। এই অনুষ্ঠানত বক্তা হিচাপে উপস্থিত আছিল ডা° দীপজ্যোতি কলিতা , সহকাৰী অধ্যাপক , অণুজীৱবিজ্ঞান , AIIMS, গুৱাহাটী লগতে বিশিষ্ট অতিথি হিচাপে উপস্থিত আছিল প্ৰণৱ জ্যোতি লহকৰ , উপাধ্যক্ষ , অসম ৰাজ্যিক পৰিবহণ নিগম । আজি এই অনুষ্ঠানত সকলো স্থানীয় ৰাইজৰ সৈতে মত বিনিময় কৰে লগতে ডেংগুৰ কথা সকলো জানিব দিয়ে । স্থানীয় ৰাইজে ‘পদক্ষেপ’ ৰ এই পদক্ষেপটোক সকলোৱে সহযোগী জনাই । আৰু ‘পদক্ষেপ’য়ে আশ্বাস দিলে যে ৰাইজৰ যিকোনো সমস্যাত তেওঁলোকে আগবাঢ়ি আহি নিজৰ হাত বঢ়াব।।