তোমাৰ কথা
অভিজিৎ বৰা , কলিয়াবৰ
তুমি যদি বাটৰুৱা
মই আলি বাট
তামোল চাধা মূখত ভৰাই
পিকাই যোৱা গাত
দেৱালত আকি যোৱা ৰঙীন ছবিৰ নাট
ব্ৰহ্মপুত্ৰ হ’লে উভতাই পঠালে হেঁতেন,
কিন্তু সেয়া বিদেশৰ সাগৰ আছিল….
বুজি নাপালে তেওঁৰ গভীৰতা!
চাদৰৰ আচলৰে মূখ ধাকি
সমাজৰ আগত দূখ মনৰ
মদাৰ হৈ হাঁহি মাৰি থকা
ফাগুণ নেকি তই
” তেওঁ বহাগৰ দৰে
মনৰ বাসনাৰে নহয়
হৃদয়ৰ ভাৱনাৰে হোৱা প্ৰেমৰ বৰষুন
গীতৰ মাজত সৃষ্টি হয় শেৱালী আৰু নিয়ৰৰ প্ৰেম
তেওঁ কোন তই জান তই নাজান
গভীৰ নিশা দেখি থকা ভাল লগা
সপোন টো শেষ নহওতে
সাৰ পাই যোৱাৰ বেদনা তই কি বুজিবি
কি দিন আছিল কি দিন হ’ল
মানুহ বোৰ চালা সচাকে ভাল হৈ গ’ল
জুবিন গাৰ্গৰ দৰে হ’ব খুজিছো
সচা কথাবোৰ হাঁহি হাঁহি কবলৈ শিকিছো ।
তেওঁৰ দৰে ভালপাৱলৈ শিকিছো
আমাৰ মাতৃ অসম খনক গছ পুলি ৰুবলৈ শিকিছো।
জুবিন দাৰ দৰে সুৰীয়া গীত গাৱ নোৱাৰোঁ
যদিও চিপ্ চিপ্ বৰষুণত বোকাৰ মাজতো
নাচিবলৈ শিকিছো সুৰীয়া গীতৰ নাচ ।
মিছাক সচা কৰি বুকু ফিন্দাই কোৱা আমাৰ অভিধানত নাই কাৰণ
আমি বোৰ জুবিন প্ৰেমিক ভাই ।
