ডিব্ৰুগড়ত আলফা কেডাৰৰ আত্মসমর্পণ

ডিব্ৰুগড়ত আলফা কেডাৰৰ আত্মসমর্পণ

ৰঙিলী বাৰ্ত্তাসেৱা-  ডিব্ৰুগড়ত আলফা কেডাৰৰ আত্মসমর্পণ।আলফা বিক্ৰমজিত চেতিয়া উৰফে বিক্ৰম গগৈ উৰফে ৰণজিৎ অসম নামৰ কেদাৰ জনৰ আত্মসমর্পণ।  তিনিচুকীয়াৰ অসম অৰুণাচল সীমান্তত চাবুৱা আৰক্ষীয়ে আলফা সদস্য জনক নিজৰ জিম্মাত লয়। ২০১৯ চনত আলফাত যোগদান কৰিছিল তেওঁ। ডিব্ৰুগড় আৰক্ষী অধীক্ষক শ্বেতাংগ মিশ্ৰৰ প্ৰথমটো প্ৰতিক্ৰিয়া।