ডিগবৈৰ পাৱৈ বজাৰত ভয়ংকৰ অগ্নিকাণ্ড

ডিগবৈৰ পাৱৈ বজাৰত ভয়ংকৰ অগ্নিকাণ্ড

ৰঙিলী বাৰ্ত্তাসেৱা-  ডিগবৈৰ পাৱৈ বজাৰত ভয়ংকৰ অগ্নিকাণ্ড। নিমিষতে জুইত জাহ গ’ল পাৱৈৰ বৃহত্তৰ বজাৰখন। অগ্নিকাণ্ডত জ্বলিল প্ৰায় ৫০টা বাসগৃহ। অগ্নিকাণ্ডৰ কাৰণ এতিয়ালৈ জানিব পৰা হোৱা নাই। জুইত কেইবাটাও চলিণ্ডাৰ বিস্ফোৰণ ঘটাত ভয়ংকৰ ৰূপ লয় জুয়ে। এতিয়াও নিৰ্বাপিত হোৱা নাই জুই।