টি-২০ ক্ৰিকেটত লাচিথ মালিঙ্গাৰ অভিলেখ ভংগ বাংলাদেশৰ অলৰাউণ্ডাৰ চাকিব আল হাছানে

Pc- Hayat

টি-২০ ক্ৰিকেটত লাচিথ মালিঙ্গাৰ অভিলেখ ভংগ বাংলাদেশৰ অলৰাউণ্ডাৰ চাকিব আল হাছানে

ৰঙিলী বাৰ্ত্তাসেৱা-  বাংলাদেশৰ অলৰাউণ্ডাৰ চাকিব আল হাছানে শ্ৰীলংকাৰ প্ৰাক্তন পেচাৰ লাচিথ মালিংগাৰ টি-২০১ ক্ৰিকেট ইতিহাসত সৰ্বাধিক উইকেট লোৱাৰ অভিলেখ ভংগ কৰে। চাকিবে দেওবাৰে স্কটলেণ্ডৰ বিৰুদ্ধে বাংলাদেশৰ টি-২০ বিশ্বকাপ ২০২১ ৰ অপেনাৰত দুটা উইকেট দখল কৰে, যাৰ ফলত টি-২০১ ক্ৰিকেটত তেওঁৰ উইকেটৰ সংখ্যা ৮৯ খন মেচত ১০৮ লৈ যায়। মালিঙ্গাই ৮৪ খন টি-২০ খেলত ১০৭ টা উইকেট দখল কৰিছিল।