জীৱন যাত্ৰা
অভিজিত বৰা,কলিয়াবৰ
(প্ৰথম খণ্ড)
কলংপৰাৰৰ থানা খনৰ সন্মুখত চাহ বেছা সেই কম বয়সীয়া বিধবা মহীলা জনীৰ চাহৰ সোৱাদ ল’বলৈ যোৱাটো আমাৰ বিখ্যাত কবি স্বাগন বৰাৰ অভ্যসত পৰিনত হৈছে ।
চাহ পিঠা খোৱাৰ পাছত তিপ্তিৰে চিগাৰেটো দুহোপ মৰি বাছ খন অহাৰ অপেক্ষা কৰে। এই মহিলা গৰাকীৰ তাত চাহ খোৱা বাছৰ অপেক্ষাত দোকানৰ কাষত থকা বাঁহৰ চাঙ খনত বহি চিগাৰেট জ্বলাই বহি থকা mornig time ত তাৰ সেই স্থান স্থায়ী location হৈ পৰিছে ।
কিন্তু আজিলৈ সি সেই মহিলা গৰাকীক চাহ একাপ দিয়ক , চলাই টো দিয়ক বা পইচা কিমান হ’ল এই ধৰনৰ কথাৰ বাহিৰে বেলেগ একো কথাই পাতি পোৱা নাই ।
কেতিয়াবা ধেমালি সুৰত জোকালে সি কবিতাৰ সাৰিত কোৱাৰ দৰে উত্তৰ দিয়ে “তেওঁ মানুহ হৈ মানুহৰ দৰে কৰ্ম কৰি খাইছে” এই দৰে জীবন ৰেখাত দিন বোৰ অতীত হৈ গৈ আছে।
হঠাৎ এদিন মোনিন্দ দা দোকানত সোমালো আমি বজাৰ কৰিবলৈ বাইদেউ জনীয়ে তাতে বজাৰ কৰি আছিল দোকানৰ চেনী চাহপাত , মই নিজৰ বজাৰ কৰাত ব্যস্ত হৈ পৰিলো আমাৰ স্বাগণে মেগীৰ বাহিৰে একো বনাব নাজানে So সি দোকানৰ বাহিৰৰ চকী খনত বহি আছে বাইদেউৰ বজাৰ কৰি হ’ল প্ৰায় ৭০০ মান টকাৰ কিবা পইচা কম হোৱাত বাইদেউ গৰাকীয়ে বস্তু ঘোঁৰাই দিব বিছৰাত আমাৰ স্বাগণে মোনিন্দ দাক মাত লগাই কলে আৰু কিমান পাব দাদা মই দি দিম ।বাইদেউ গৰাকীয়ে প্ৰথমে নালাগে বুলি কৈছিল যদিও প্ৰয়োজনীয় সামগ্ৰী হোৱাৰ বাবে লৈ ললে আৰু স্বাগণক কলে আপোনাক কালিলৈ দোকানত দি দিম সহায় কৰা বাবে ধন্যবাদ । এই বুলি কৈ বাইদেউ জনী বজাৰৰ মোনা দুটালৈ ঘৰমোৱা হ’ল …
(আগলৈ)