জানো আহা
জ্যো
১)” অঞ্জলি”আৰু “নিবেদন ” কবি দুৰ্গেশ্বৰ শৰ্মাৰ ৰচিত কবিতা পুথি।
২) “বকুল ফুলৰ দৰে” নামৰ উপন্যাসৰ ৰচক ডক্তৰ মৃণাল কলিতা।
৩)”প্ৰতিমা” চন্দ্ৰকুমাৰ আগৰৱালাৰ ৰচিত কবিতা পুথি।
৪) “সাৰথি” আৰু “বহল ব্যাকৰণ “সত্যনাথ বৰাৰ উল্লেখযোগ্য গ্ৰন্থ।
৫)”কীৰ্তন ঘোষা” মহাপুৰুষ শংকৰ দেৱৰ সাহিত্যক জীৱনৰ কীৰ্তিস্তম্ভ।
৬) “নামঘোষা” মাধৱদেৱৰ সাহিত্যক জীৱনৰ কীৰ্তিস্তম্ভ।
৭)মাধৱ কন্দলী চতুৰ্দশ(১৪শতিকাৰ) শতিকাৰ অৰ্থাৎ প্ৰাক – শংকৰী যুগৰ কবি।
৮) মাধৱ কন্দলীয়ে কছাৰী ৰজা মহামাণিক্যৰ পৃষ্ঠপোষকতা লাভ কৰিছিল। তেওঁ পুৰণি অসমৰ পূৰ্ব – মধ্যাঞ্চলৰ ৰজা আছিল।
৯)আধুনিক অসমীয়াৰ প্ৰথম অসমীয়া নাটক “কানীয়া কীৰ্তন”। ইয়াৰ ৰচক হেমচন্দ্ৰ বৰুৱা।
১০) হেমচন্দ্ৰ বৰুৱা”আসাম নিউজ “কাকতৰ সম্পাদক আছিল।
১১) ” এৰাবাটৰ সুৰ”,প্ৰতিধ্বনি”,চিকমিক বিজুলী,” লটিঘটি,”শকুন্তলা” আদি ড০ ভূপেন হাজৰিকা দেৱে পৰিচালনা কৰা অসমীয়া ছবি।
১২) কবি আনন্দ চন্দ্ৰ আগৰৱালাদেৱে বহু কেইটা ইংৰাজী কবিতা অসমীয়ালৈ অনুবাদ কৰা বাবে তেওঁক “ভাঙনি কোঁৱৰ” আখ্যা দিয়া হয়।
অকণি পাঠক সকল এই কেইটা নৱম শ্ৰেণীৰ পৰীক্ষাত অহা কেইটামান প্ৰশ্নৰ উত্তৰ।