গৌহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ মৃদুল কুমাৰ কলিতাৰ শপত গ্ৰহণ 

গৌহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ মৃদুল কুমাৰ কলিতাৰ শপত গ্ৰহণ 

দিছপুৰ,ৰঙিলী বাৰ্ত্তাসেৱা-  গৌহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে মৃদুল কুমাৰ কলিতাই শপত গ্ৰহণ কৰে। গৌহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সন্দীপ মেহতাই এই শপত বাক্য পাঠ কৰোৱায়