কেন্দ্ৰীয় আয়ুস, বন্দৰ-জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে শুভাৰম্ভ কৰে য়ুনানী ঔষধ আৰু অস্ত্রোপচাৰ স্নাতক পাঠ্যক্ৰমৰ

pc The Indian Express

কেন্দ্ৰীয় আয়ুস, বন্দৰ-জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে শুভাৰম্ভ কৰে য়ুনানী ঔষধ আৰু অস্ত্রোপচাৰ স্নাতক পাঠ্যক্ৰমৰ

অনলাইন বাৰ্ত্তাসেৱা – গাণ্ডেৰৱল জিলাৰ নবাববাগ গাণ্ডেৰৱলত অৱস্থিত চৰকাৰী য়ুনানী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালখনত কেন্দ্ৰীয় আয়ুস, বন্দৰ-জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে য়ুনানী ঔষধ আৰু অস্ত্রোপচাৰ স্নাতক পাঠ্যক্ৰমৰ শুভাৰম্ভ কৰে। শুভাৰম্ভনীৰ এই সুভ ক্ষণত স্নাতক চিকিৎসা পাঠ্যক্রম উদ্বোধন কৰি আয়ুস মন্ত্রালয়ে কেন্দ্রীয়শাসিত অঞ্চলটোৰ জনগণক গুণগত স্বাস্থ্যসেৱা প্ৰদানৰ লগতে বিশেষকৈ কাশ্মীৰত জনপ্রিয় য়ুনানী চিকিৎসা পদ্ধতিৰ প্ৰসাৰত গুৰুত্ব আৰোপ কৰে বুলি উল্লেখ কৰে কেন্দ্ৰীয় আয়ুস মন্ত্রী সোণোৱালে।

(UD.)