কায়ুম অই?..- নন্দেশ্বৰ মিলি December 24, 2021December 24, 2021 কায়ুম অই?.. কায়ুম অই তাতৰ পাটত বহি কি কাপোৰ লগাইছা? কায়ুম অই মাকো মাৰি মাৰি কাৰ কথানো ভাবিছা? তুমি বাজিছা এটি ঐনিঃতম হৈ মোৰ হৃদয়ত তোক দেখা পাওঁ বাৰে বাৰে মোৰ শয়নে-সপোনত। নন্দেশ্বৰ মিলি 8638881953 Share this:TweetTelegramWhatsApp