কমনৱেলথ গেমছ ২০২২ত দীপিকা-সৌৰভৰ স্কোয়াছত ব্ৰঞ্জৰ পদক লাভ 

Pc Times of india

কমনৱেলথ গেমছ ২০২২ত দীপিকা-সৌৰভৰ স্কোয়াছত ব্ৰঞ্জৰ পদক লাভ 

ৰঙিলী বাৰ্ত্তাসেৱা- অষ্ট্ৰেলিয়াৰ ড’না ল’বান আৰু কেমেৰন পিলিক পৰাস্ত কৰি মিক্স ডাবলছ ইভেণ্টত ভাৰতীয় স্কোয়াছ খেলুৱৈ দিপিকা পল্লীকাল আৰু সৌৰভ ঘোছালে ব্ৰঞ্জৰ পদক লাভ কৰে।। দুয়োজনে কমনৱেলথ গেমছ ২০১৮ ত প্ৰতিযোগিতাখনত ৰূপৰ পদক লাভ কৰিছিল।