উৰণ সেতুৰ তলত উদ্ধাৰ আৰক্ষী কনিষ্টবলৰ মৃতদেহ

উৰণ সেতুৰ তলত উদ্ধাৰ আৰক্ষী কনিষ্টবলৰ মৃতদেহ

ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটী মহানগৰীত সংঘটিত পুনৰ চাঞ্চল্যকৰ ঘটনা। গুৱাহাটীৰ উৰণ সেতুৰ তলত উদ্ধাৰ এগৰাকী আৰক্ষী কনিষ্টবলৰ মৃতদেহ।মৃত অৱস্থাত উদ্ধাৰ হোৱা আৰক্ষী কনিষ্টবলজন ৰাজু মাহাতো।গড়চুক আৰক্ষীত কৰ্মৰত আছিল ৰাজু মাহাতো।