ইউ.এ.ই.ত অনুস্থিত হবলগীয়া আই. পি. এল. ২০২১ত চি.এচ.কে. দলৰ হৈ খেলিব হেজলউডে
অনলাইন বাৰ্ত্তাসেৱা – চেন্নাই চুপাৰ কিংছে ইউ.এ.ই.ত অনুস্থিত হবলগীয়া আই. পি. এল. ২০২১ত খেলাৰ কথা নিশ্চিত কৰিছে। আই. পি. এল. ২০২১ৰ বাকী থকা খেলসমূহৰ পৰা পেট কামিন্সকে ধৰি কেইবাজনো অষ্ট্ৰেলিয়ান খেলুৱৈ আঁতৰি যোৱাৰ পিছত ঘোষণা কৰা হৈছে। ব্যক্তিগত কাৰণত হেজলউডে এই বছৰৰ আই. পি. এল.ৰ প্ৰথম পৰ্যায়ত খেলখনত নাছিল।
(UD.)