আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
যোগাযোগৰ বাবে = 9101835041 , 9854200799 ||
আজি ভাদ মাহৰ ২৩ তাৰিখ বৃহস্পতিবাৰ , ইংৰাজী ৯ চেপ্তেম্বৰ |
শুক্ল পক্ষ, তৃতীয় তিথি ||
**
সূৰ্য্যোদয় = ৫/১০/৪০ মি.
সূৰ্য্যোস্থয় = ৫/৩০/৩৫ মি.
জন্মত= কন্যা ৰাশি (প, ঠ,ষ), শূদ্ৰ বৰ্ন, মতান্তৰে বৈশ্যবৰ্ন, বায়ু যোগ, দেৱ গন, মহিষৰ অস্থি ||
আদ্যঋতু হলে= বেশ্যা যোগ, ১৫ দিনীয়া ব্ৰত, ৰাজ হাহঁ দান, অধিপতি গ্ৰহ ৰবি | _ _ _ _
*ভক্ষ্যাভক্ষ্যঃ* . পটল খোৱা নিষেধ || _ _ _ _ _ _
আজিৰ ৰাশিফলঃ =
মেষ = সম্পদ বৃদ্ধিৰ যোগ চলিছে | বৃষ = বিপৰীত লিংগৰ পৰা সহাঁৰি লাভ কৰিব |
মিথুন = সামাজিক সন্মান লাভ কৰিব |
কৰ্কট = পুৰণি বন্ধু সান্নিধ্য লাভ কৰিব |
সিংহ = অযথা ব্যয় বৃদ্ধি হব |
কন্যা = মনত অস্থিৰতা বৃদ্ধি পাব |
তুলা = কৰ্ম ক্ষেত্ৰত জটিলতা হোৱা দেখা যায় |
বৃশ্চিক = মানসিক দুঃচিন্তা বৃদ্ধি হব |
ধনু = কৰ্মত সফলতা অৰ্জন কৰিব পাৰিব |
মকৰ = মানসিক অশান্তি বৃদ্ধি পাব পাৰে |
কুম্ভ = বিবাদৰ পৰা আতঁৰি থাকিব |
মীন = অযথা ভাৱে মনত বিদ্বেষৰ ভাব প্ৰকাশ পাব |