আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
যোগাযোগৰ বাবে = 9101835041 , 9854200799 ||
আজি ভাদ মাহৰ ২৯ তাৰিখ বুধবাৰ , ইংৰাজী ১৫ চেপ্তেম্বৰ |
শুক্ল পক্ষ, নৱমী তিথি, দিবা ১১/১৭/৪০ মি. পৰা দশমী তিথি ||
**
সূৰ্য্যোদয় = ৫/১২/৫৮ মি.
সূৰ্য্যোস্থয় = ৫/২৩/৩৯ মি.
জন্মত= ধনু ৰাশি (ভ, ধ, ফ) , ক্ষত্রিয় বৰ্ন মতান্তৰে বৈশ্যবৰ্ন, বৰুণ যোগ, দেৱাৰি গন, গন্ধৰ্ব অস্থি , পুৱা ৫/৫৫/৪৯ মি. পৰা মনুষ্য গন ||
আদ্যঋতু হলে= পতিহীনা যোগ, ৯০ দিনীয়া ব্ৰত, ক’লা গৰু বা ছাগলী দান, অধিপতি গ্ৰহ শনি || _ _ _ _
*ভক্ষ্যাভক্ষ্যঃ* . কলমৌ খোৱা নিষেধ || _ _ _ _ _ _
আজিৰ ৰাশিফলঃ =
মেষ = কৰ্ম প্ৰাপ্তিৰ যোগ চলি আছে |
বৃষ = কনিষ্ঠৰ লগত মনোমালিন্য ঘটিব |
মিথুন = জ্ঞান লাভৰ সুযোগ পাব |
কৰ্কট = মান/যশ আদি বৃদ্ধি হব |
সিংহ = কৰ্ম জটিলতাত ভুগিব পাৰে |
কন্যা = ঘৰুৱা উন্নতিৰ যোগ দেখা যায় |
তুলা = ক্ষতিৰ সন্মুখীন হব পাৰে |
বৃশ্চিক = সামাজিক প্ৰশান্তি লাভ কৰিব |
ধনু = কনিষ্ঠৰ পৰা সহায় লাভ কৰিব |
মকৰ = অৰ্থৰ আগমন হ্ৰাস হব পাৰে |
কুম্ভ = পদ মৰ্যদা লাভ কৰিব |
মীন = অধিক ব্যয়ৰ সন্মুখীন হব পাৰে |