আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ

pc-dummies

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
যোগাযোগৰ বাবে = 9101835041, 9854200799 ||

আজি শাওঁন মাহৰ ১৬ তাৰিখ সোমবাৰ , ইংৰাজী ২ আগষ্ট |
কৃষ্ণপক্ষ, নৱমী তিথি, পুৱা ১০/২৭/৫৫মি. পৰা দশমী তিথি ||

সূৰ্য্যোদয় = ৪/৫৩/৫৪ মি.
সূৰ্য্যোস্থয় = ৬/৫/৪৯ মি.

জন্মত= বৃষ ৰাশি (ব, ই, উ), কৃত্তিকা নক্ষত্র, শূদ্ৰ বৰ্ন মতান্তৰে বৈশ্যবৰ্ন, মাহেন্দ্ৰ যোগ, দেৱাৰি গন, ছাগলী অস্থি ||

আদ্যঋতু হলে= পতিহিতা যোগ, ৭ দিনীয়া ব্ৰত, কল দান, অধিপতি গ্ৰহ বৃহস্পতি || _ _ _ _
*ভক্ষ্যাভক্ষ্যঃ* . লাউ খোৱা নিষেধ, পুৱা ১০/২৭/৫৫মি. পৰা কলমৌ খোৱা নিষেধ || _ _ _ _ _ _
আজিৰ ৰাশিফলঃ =
মেষ = শত্রু নাশ কৰিব পাৰিব | বৃষ = মনক হতাশাই আমনি কৰিব |
মিথুন = নতুন বন্ধু লাভ কৰিব |
কৰ্কট = কৰ্মত জটিলতা দেখা যায় |
সিংহ = হঠাৎ আত্মীয়ৰ আগমন ঘটিব |
কন্যা = নতুন যোগাযোগ লাভ কৰিব |
তুলা = মনৰ আশা পূৰন হোৱা দেখা যায় |
বৃশ্চিক = পুৰণি ৰোগৰ পৰা আৰোগ্য লাভ কৰিব |
ধনু = কাৰ্য্য সিদ্ধি লাভ কৰিব পাৰিব |
মকৰ = শুভ সংবাদ লাভ কৰিব |
কুম্ভ = সামাজিক সন্মান বৃদ্ধি হব |
মীন = মানসিক চিন্তা বৃদ্ধি ঘটিব |