আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
যোগাযোগৰ বাবে = 9101835041, 9854200799 ||

আজি জেঠ মাহৰ ১৮ তাৰিখ বুধবাৰ , ইংৰাজী ২ জুন |
কৃষ্ণপক্ষ, অষ্টমী তিথি |

সূৰ্য্যোদয় = ৪/৩৪/৩৭ মি.
সূৰ্য্যোস্থয় = ৬/৮/১০ মি.

জন্মত= কুম্ভ ৰাশি (গ, স, শ), বৈশ্যবৰ্ন, অগ্নি যোগ, দেৱাৰী গন, মনুষ্যৰ অস্তি |

আদ্যঋতু হলে= দূৰ্ভগা যোগ, ১২ দিনীয়া ব্ৰত, কাছ দান অভাৱে জীয়া মাছ দান |

*আজিৰ ৰাশিফলঃ* =

মেষ = ধন_ সম্পদ লাভ কৰিব |
বৃষ = কৰ্মত অৱহেলা হব |
মিথুন = মানসিক শান্তি লভিব |
কৰ্কট = অনৰ্থক খৰচ বৃদ্ধি হব |
সিংহ= কৰ্মত কৃতকাৰ্যতা লাভ কৰিব |
কন্যা = যশস্যা লাভ কৰিবলৈ সক্ষম হব |
তুলা = দায়িত্ব বৃদ্ধি পাব |
বৃশ্চিক = বন্ধুৰ সৈতে বিৰোধ হব |
ধনু = নিজৰ সঞ্চয় বৃদ্ধি হব |
মকৰ = নতুন যোগাযোগ লাভ কৰিব |
কুম্ভ = বিপৰীত লিংগৰ সহাঁৰি লাভ কৰিব |
মীন = কৰ্ম ব্যস্ততা বৃদ্ধি হব |