আঁচনি – শৈলেন কুমাৰ

অণুগল্প

আঁচনি 

 শৈলেন কুমাৰ
 মিৰ্জা

চৰকাৰে দিয়া আঁচনিবোৰৰ বাবে আমি বহু লাভৱান হৈছোঁ ৷ দুই চকাৰ পৰা চাৰি চকাৰ গাড়ীত ঘুৰিব পাৰিছোঁ,বুৰ্বক আৰু মুৰ্খবোৰক চিঞৰি থাকিব দিয়া আমাৰ পেট ভৰিলে হ’ল আৰু ৷ বেছিদিন নাই বুজিছা,অনৰ্থক আঁচনিবোৰ যদি বন্ধ নকৰে আৰু জলবায়ু আৰু পৰিৱেশৰ ওপৰত ধ্যান দিয়া নেযায় তেতিয়া হ’লে শাসক আৰু শোষক দুটাই নাথাকিব ৷