অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ চামগুৰি সমষ্টিত নিৰ্বাচনী হিংসাক লৈ সংবাদ মেল
ৰঙিলী বাৰ্ত্তাসেৱা- অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ মূখ্য কাৰ্যালয় গুৱাহাটী ৰাজীৱ ভৱনত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ Senior leader & Media Co Chairmen Mehdi alom Bora সংবাদ মেল কয় যে চামগুৰি সমষ্টিত নিৰ্বাচিনী হিংসাক লৈ সংবাদমেল অনুষ্ঠিত হয়। উপ নিৰ্বাচনত বাহুবলৰ ৰাজনীতি কৰিব বিছাৰিছে বিজেপিয়ে হাতত লাঠি লৈ গাড়ী ভঙা ৰাজনীতি কৰিছে বিজেপি দলে। যোৱা কালি চামগুৰি সমষ্টিত আৰক্ষীৰ সন্মুখত তিনি খন গাড়ী ভাঙিছে,এইবাৰ চামগুৰি সমষ্টিত তিনিটা পক্ষৰ মাজত নিৰ্বাচন হৈছে এটা বিজেপিৰ আনটো হৈছে পুলিচৰ লগত,এগৰাকী বিধায়কৰ গাড়ী ভাঙিছে কিন্তু পুলিছে কোনো ব্যৱস্থা লোৱা নাই। আৰক্ষীৰ কোনো ধৰণৰ পদক্ষেপ নোলোৱাক লৈ নিৰ্বাচীন আয়োগক জনোৱা হৈছে বুলি কয়।