অসম পুলিচ ভাগ্যৱান যে আমি সকলোকে হত্যা কৰা নাছিলো, পৰৱৰ্তী সময়ত আমি তেওঁলোক সকলোকে হত্যা কৰিমঃ মিজোৰামৰ সাংসদ

pc-republic world

অনলাইন বাৰ্ত্তাসেৱা – অসম-মিজোৰাম সীমান্ত সংঘৰ্ষ সন্দৰ্ভত ভাষণ দি মিজোৰামৰ সাংসদ কে. ভানলালভেনাই কয়, “তেওঁলোক ভাগ্যৱান যে আমি সকলোকে হত্যা কৰা নাছিলোঁ। যদি তেওঁলোক পুনৰ আহে, আমি তেওঁলোক সকলোকে হত্যা কৰিম।” ভানলালভেনাৰ মন্তব্যৰ পিছত, অসম আৰক্ষী বিষয়া জি. পি. সিঙে কৈছিল যে ঘটনাটোৰ আঁৰত থকা “ষড়যন্ত্ৰ” সম্পৰ্কত আইনী ব্যৱস্থা ল’বলৈ আৰক্ষীৰ এটা দল দিল্লীলৈ প্ৰেৰণ কৰা হৈছে।

(UD.)