অসম আৰক্ষীত শীঘ্ৰেই হ’ব ব্যাপক সংস্কাৰ।পৃথক হ’ব গোচৰ অনুসন্ধান আৰু আইন শৃংখলাৰ বিভাগ। অনুসন্ধানৰ বাবে পৃথককৈ পদ সৃষ্টি কৰা হ’ব। বিধানসভাত এই মন্তব্য মুখ্যমন্ত্ৰীৰ। গোচৰৰ তদন্তৰ বাবে হ’ব পৃথক বিভাগ। আৰু খেলুৱৈক উৎসাহিত কৰিবলৈ ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে বিভিন্ন আঁচনি। অলিম্পিকত পদক পালেই লাভ কৰিব চৰকাৰী চাকৰি। ক্ৰীড়া পেঞ্চনৰ পৰিমাণ ৮০০০ টকাৰ পৰা ১০,০০০লৈ বৃদ্ধি।
অসমত আৰক্ষী আৰু খেল জগতত হ’ব ব্যাপক সংস্কাৰ – মুখ্যমন্ত্ৰী
